Welcome To Information Tech
Information Tech Provides news and information with historical place, landmark ,waterp park , Historical Template across Assam and India. and how to make money with online.for example YouTube, Facebook, blogger etc.
About Of Eliash Ali Ahmed
Eliash Ali Ahmed is responsible for planning, design, editing and content selection of the site. He is graduate degree with computer PGDCA and currently works at a Global Computer Center.
এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।
তাৰ উপৰিও সম্পত্তি অসমৰ বৰ্তমান পৰিস্থিতি ওপৰত নিৰ্ভৰ কৰি সমাজ সংস্কাৰ কাৰণে ভিন্ন জনৰ মত আত্ম কথা প্ৰকাশ কৰা হয়। লগতে মহান ব্যক্তি সকলৰ জীৱন কাহিনী।দেশ মাতৃৰ কাৰণে আত্ম বলিদান দিয়া বীৰ সকলৰ বীৰত্ব কাহিনী।অসমীয়া জাতিৰ কাৰণে মাত মাতি থকা তথা সমাজ সংস্কাৰ হকে মাত মাতি থকা ব্যক্তি সকলৰ লিখনিও প্ৰকাশ কৰা হয়। ছচিয়াল মেডিয়াৰ বিভিন্ন জনে লিখা প্ৰেম কাহিনী সমূহ প্ৰকাশ কৰা হয়।
No comments:
Post a Comment