Pages

Monday, 10 June 2019

এডম জম্পাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল, বল টেম্পাৰিঙক লৈ প্ৰশ্ন উত্থাপন


বিশ্বকাপত দেওবাৰে অনুষ্ঠিত হোৱা খেলত অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডম জম্পাৰৰ বিৰুদ্ধে বল টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন। লণ্ডনৰ অবেল খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচৰ কিছু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ছচিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হৈছে বল টেম্পাৰিং কৰাৰ। ভিডিঅ’ত অষ্ট্ৰেলিয়া লেগ স্পিনাৰে নিজৰ পকেটৰ পৰা কিবা উলিয়াই বলত খহি থকা দেখা গৈছে বিগত বছৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বল টেম্পাৰিং কৰাৰ অভিযোগ উঠিছিল অষ্ট্ৰেলিয়াৰ ৱাৰ্নৰ, স্মিথ আৰু বেনক্ৰাফট্ৰ বিৰুদ্ধে




No comments:

Post a Comment