বিশ্বকাপত দেওবাৰে অনুষ্ঠিত হোৱা খেলত অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডম জম্পাৰৰ বিৰুদ্ধে বল টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন। লণ্ডনৰ অবেল খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচৰ কিছু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ছচিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হৈছে বল টেম্পাৰিং কৰাৰ। ভিডিঅ’ত অষ্ট্ৰেলিয়া লেগ স্পিনাৰে নিজৰ পকেটৰ পৰা কিবা উলিয়াই বলত খহি থকা দেখা গৈছে বিগত বছৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বল টেম্পাৰিং কৰাৰ অভিযোগ উঠিছিল অষ্ট্ৰেলিয়াৰ ৱাৰ্নৰ, স্মিথ আৰু বেনক্ৰাফট্ৰ বিৰুদ্ধে
Subscribe to:
Post Comments (Atom)
আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক
আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...


No comments:
Post a Comment