Pages

Thursday, 13 June 2019

শৰাইঘাট দলঙৰ কিছু নজনা তথ্য :



•7 জুন 1963 চনত প্ৰধামন্ত্ৰী জৱাহৰলাল নেহৰুৱে  দলংখন আনুষ্ঠানিকভাৱে  মুকলি কৰিছিল।

•1959 চনৰ জানুৱাৰী মাহত  দলঙ  খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেডনামৰ নামৰ এটা প্ৰতিষ্ঠান।

●প্ৰায় 40 হাজাৰ টন চিমেণ্ট আৰু 20 হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় 8000 জন শ্ৰমিকৰ সহযোগত এই দলঙখন সম্পূৰ্ণ নিৰ্মাণ কৰি উলিওৱা হৈছিল।

 ●উক্ত দলং খন 1962 চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য্য শেষ কৰা হৈছিল।

•1962 চনৰ 23 September এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙখনেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেল পথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়।

 ●উক্ত দলং খন নিৰ্মাণ কৰোঁতে মুঠ খৰচ হৈছিল 10 কৌটি টকা।

 ●উক্ত দলং খনৰ দৈৰ্ঘ্য  1.5 KM আৰু 7.3 মিটাৰ বহল।

●বৰ্তমান শৰাই ঘাট দলঙ খনৰ দেখা শুনা তথা চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেলৱে

No comments:

Post a Comment