এ পি জে আব্দুল কালামৰ ছাৰৰ সম্পত্তি তালিকা
👉৬টা পেন্ট
👉৬টা চাৰ্ট
👉৩টা কোট
👉২৫০০০ কিতাপ
👉১ টা ফ্লেট"
👉১ টা পদ্মশ্ৰী
👉১ টা পদ্মভূষন
👉১ টা ভাৰতৰত্ন
👉১৬ টা ডক্টৰেট
👉১ টা ৱেবছাইট
👉১ টা Email
👉১ টা Twitter একাউন্ট
TV, AC , গাড়ী , অলংকাৰ , মাটি , বেংক বেলেন্চ একো নাই
পেন্চনত পোৱা টকা নিজৰ গাওঁত দান দিয়ে
No comments:
Post a Comment