Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Sunday, 2 June 2019

এ পি জে আব্দুল কালামৰ ছাৰৰ সম্পত্তি

এ পি জে আব্দুল কালামৰ ছাৰৰ  সম্পত্তি তালিকা
👉৬টা পেন্ট
👉৬টা চাৰ্ট
👉৩টা কোট
👉২৫০০০ কিতাপ


👉১ টা ফ্লেট"
 👉১ টা পদ্মশ্ৰী
👉১ টা পদ্মভূষন
👉১ টা ভাৰতৰত্ন
👉১৬ টা ডক্টৰেট
👉১ টা ৱেবছাইট
👉১ টা Email
👉১ টা Twitter একাউন্ট

TV, AC , গাড়ী , অলংকাৰ , মাটি , বেংক বেলেন্চ একো নাই
পেন্চনত পোৱা টকা নিজৰ গাওঁত দান দিয়ে

No comments:

Post a Comment

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...