Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Sunday, 9 June 2019

আৰম্ভ হব ধুবুৰী- ফুলবাৰী দলং নিৰ্মাণৰ কাম



ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্রী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বাজেট অধিৱেশনত শেহতীয়াকৈ অসম আৰু মেঘালয় সংযোগী ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই দলংখনে ৯.১৫ কি.মি. দৈৰ্ঘ্যৰ ভাৰতৰ দীৰ্ঘতম দলং ভূপেন হাজৰিকা সেঁতুকো চেৰ পেলাব। ব্ৰহ্মপুত্রৰ ওপৰত চাৰিখন ঠাইক সংযুক্ত কৰিব এই দলংখনে।
দলংখনে ধুবুৰীৰ পৰা উত্তৰপাৰ আৰু ফুলবাৰীৰপৰা দক্ষিণ পাৰলৈ এনএইচ-১২৭ বি পথেৰে অসম আৰু মেঘালয়ক সংযুক্ত কৰিব। দলং খনৰ দৈৰ্ঘ্য হ'ব ১৯.২৮২ কি.মি.। এই দলং খনৰ বাবে চৰকাৰে ৪,৯৯৭ কোটি টকা আৱণ্টন দিছে৷

2 comments:

  1. Aponi mk shahnawazislam1999@gmail.com t hi dibo...plz aponar blogger bisoy janib khujiso

    ReplyDelete

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...