চুমি নৱম শ্রেণীত পঢ়া ছাত্ৰী । প্রতিদিন স্কুলত
যোৱাৰ সময় ১টা ল'ৰাই তাইৰ ফালে চাই থাকে,
লক্ষ্য কৰে তাইও । ল'ৰাটোৰ নাম সুমন।
সুমন প্রায় ১ বছৰ ধৰি ভাল পাই আহিছে চুমিক,
কিন্তু এদিনো কব পৰা নাই। কাৰণ চুমি বহুত ধনী
পৰিয়ালৰ । আৰু সুমন দুখীয়া পৰিয়ালৰ আছিল।
এদিন সুমনে সাহস কৰি ক'লে, "মই তুমাক ভাল পাও
। জানোঁ তুমি যে _মোক ভাল পাবলৈ নোৱাৰা ।
কাৰণ মই দুখীয়া " কথাখিনি কয় সুমন গুচি গ'ল ।
এই ভাবে ১টা বছৰ পাৰ হ'ল । এতিয়া দশম শ্রেণীত
চুমি। তাই লক্ষ্য কৰে আজিও সুমনে তাইৰ কাৰণে
ৰাস্তাত অপেক্ষা কৰে। চুমিয়েও লাহে লাহে সুমনৰ
প্রেমত পৰি যায়।সেয়েহে তাইও তাইৰ মনৰ কথা কয়
দিলে সুমনক।
দুইজনৰ প্রেম এনেদৰেই পাৰহৈ ২বছৰ । এই ২ বছৰৰ
মাজত দু'জন দেখা-দেখি হোৱা নাই,কাৰণ চুমিক
বাহিৰৰ ভাল কলেজত পঢ়িবলৈ পঠিয়ালে দেউতাকে
। কোনো কাৰো
হাতত ধৰি ৰাস্তাতো যোৱা নাই । H.s. পৰীক্ষাৰ
পাছত চুমিৰ বিয়া ঠিক হয় যায়।
কিন্তু চুমি বিয়াত ৰাজী হোৱা নাই। কাৰণ চুমি
সুমনৰ এৰি আৰু আন কাকো নিজৰ স্বামী হিচাবে
গ্রহণ কৰিব
নোৱাৰে । চুমিয়ে ফোন কৰিলে সুমনক
-হ্যালো সুমন
-হা কোৱা
-তুমি আজি ৰাতি মোক পলুৱাই নিব পাৰিবা ?
-কিয় ? হঠাৎ কি হল?
_মোৰ বিয়া ঠিক হয় গৈছে । এই বুলি কয় চুমি
কান্দি দিলে ।
-কান্দি কান্দি সুমনে চুমিক ক'লে ঠিকেই আছে
তোমাক লয় যাম ।
ৰাতি হ'লত চুমিক পলুৱাই নি বিয়াৰ কাম শেষ কৰি
দুইজন সুমনৰ ঘৰলৈ আহিল। এইফালে চুমিৰ পৰিয়ালৰ
সকলোৱে কথাটো জানি
সুমনৰ নামত ও তাৰ পৰিয়ালৰ নামত পুলিচ গোছৰ
কৰিলে ।
চুমিৰ মুখৰ কথাৰ কাৰণে ক'টত কোনো অসুবিধা
নহ'ল সুমন ও তাৰ পৰিয়ালৰ । চুমিৰ দেউতাকে
চুমিক উদ্দেশ্যে কৰি ক'লে, "আজিৰ পৰা আমাৰ
কোনো ছোৱালী নাই"।
চুমিৰ নামত বেংকত ২ লক্ষ টকা জমা আছিল,
সেইবোৰ দেউতাকৰ নামত কৰি দিলে।
সুমনে চুমিক ক'লে যে, চুমিৰ দেউতাকৰ টকাৰ প্রতি
তাৰ কোনো লোভ নাই।
ভালেই গৈ আছিল সিহঁতৰ জীৱন।
সংসাৰ ৭ মাহ । চুমি ৩ মাহৰ গৰ্ভৱতী । এদিন
হঠাতে তাইৰ দদায়েক আহি ক'লে, "সুমন চুমিৰ মা
খুব অসুস্থ চুমিক এবাৰ চাবলৈ বিচাৰিছে, আমি
দু'দিনৰ পাছত আকৌ থয় যাম ।
চুমিয়ে ক'লে, "মই সুমনক এৰি যাব নোৱাৰিম ।"
সুমনে ক'লে, "যোৱা দুদিন পিছতেই তো গুচি
আহিবা।"
অনেক বুজাই তাইক দেউতাকৰ ঘৰত যোৱাত ৰাজী
কৰিলে সুমনে । চুমি অনেক ক্ষণ ধৰি সুমনক সাৱটি
ৰাখিলে । সুমনে চুমিৰ কপালত
চুমা দি ক'লে , "পাগলী ।"
তাৰ পাছত চুমি দেউতাকৰ ঘৰত আহি যি হ'ল কল্পনা
কৰিব পৰা নাযায় ।
চুমিৰ দেউতাকে চুমিক জোৰ কৰি সুমনৰ পৰা ক'টৰ
সহায়ত লিখাই এৰা এৰি কৰি দিলে। জোৰ কৰি
ডাক্তৰৰ ওচৰত
নি অজ্ঞান কৰি তাইৰ পেটৰ সন্তান নষ্ট কৰি
দিলে ।
ডাক্তৰে তাইৰ মা- দেউতাক ক'লে যে তাইক ৰেষ্টত
ৰাখিবলৈ ।
আজি দুদিন চুমি কাৰো লগত কথা কোৱা নাই, কেৱল
কান্দি আছে তাই। চুমিৰ দদায়েক, দেউতাক ঘৰত
নাই।
চুমিৰ মাক কাষৰ ঘৰলৈ গৈছে। চুমি ঘৰত ় নিজৰ ৰুমৰ
দৰ্জা বন্ধ কৰি হাত কাটি ৰক্ত হৈ লিখা আছে,
"এই পৃথিৱীত মোৰ আপুন বুলিব এজন আছে সেইজন
মোৰ সুমন। মা তুমি এজনী মা হৈ মোৰ স্বামীৰ ঘৰ
এৰাই আনিলা তুমি কিয়? তুমি এজনী মা হৈ মোক মা
হোৱাৰ পৰা বঞ্চিত কৰিব পাৰিলা ।"
এইখিনি লিখি চুমি আত্মহত্যা কৰিলে । :'( :'( :'(
বি.দ্ৰ. পোষ্টটো কেনে লাগিল জনাব?
আপোনালোকৰ লাইক, শ্বয়াৰ, কমেণ্ট কৰিনলৈ নাপাহৰিব।

No comments:
Post a Comment